সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#airport

মুম্বাই বিমানবন্দৰত জুই : কথমপি বাচিল ৮৫ যাত্ৰী

আজি মুম্বাই বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পুছ বেক ট্ৰলিত জুই লাগে । ফলত বিমানবন্দৰত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ পুছ বেক ট্ৰলি হৈছে বিমান এখনক টেক্সি-ৱেৰ পৰা ৰানৱেলৈ অনা এখন ট্ৰেক্টৰ সদৃশ বাহন। এই ঘটনা সংঘটিত হোৱা সময়ত বিমানখনৰ ভিতৰত…