এই বাজেটত কি কি নাই?

বহু অপেক্ষা আৰু প্ৰতীক্ষাৰ অন্তত মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপণ কৰিলে ২০২২ বৰ্ষৰ বাজেট ৷ এই বাজেটত নাই কোনো চমৎকাৰ ঘোষণা , নাই চাকৰিয়ালৰ বাবে আশাৰ বতৰা , সুখবৰ আছে কেৱল কৰ্পোৰেটৰ বাবে ৷ যাৰ বাবে বাজেটৰ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধী ৷ বাজেটত কৰ্পোৰেটৰ বাবে কি আছে , আপোনাৰ বাবে কি লিখা হৈছে ,সৱিশেষ পাব তলৰ প্ৰতিবেদন৷

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে