Just in- সু:খবৰ! ৰাজ্যত ১ অক্টোবৰৰ পৰা আনলক

ৰাজ্যবাসীৰ বাবে সু: খবৰ। পহিলা অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হব আনলক প্ৰক্ৰিয়া। সকলো ক্ষেত্ৰতে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো ক্ষেত্ৰতে বাধ্য বাধকতা নাথাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে তেওঁ সকলো লোককে ভেকচিন লবলৈ আহ্বান জনায়।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে