পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত প্ৰচণ্ড গুলিবৰ্ষণত নিহত ভাৰতীয় ছাত্ৰ

ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজত শেহতীয়াকৈ আহিছে ভাৰতবাসীৰ বাবে এক দুখজনক খবৰ। আজি পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত হোৱা প্ৰচণ্ড গুলিবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ। এম ই এৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে জনিব দিয়ে এই খবৰ। ছাত্ৰজন খাৰ্কিভ চহৰৰ এক চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত কৰ্ণাটকৰ নবীন শ্বেখৰাপ্পা বুলি জানিব পৰা গৈছে।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে