Investigative reporting with dedication.
ইউএপিএ: জীৱনৰ অমূল্য সময় কাৰাগাৰত কটাইছে কিয় নির্দোষীয়ে?

যদি ৫ বছৰ কাৰাগাৰত থাকিব লগা হয় বর্ষাশ্ৰীয়ে! যদি ৫ বছৰৰ পিছত বর্ষাশ্ৰীক দোষমুক্ত ঘোষনা কৰে আদালতে! ৫ বছৰৰ ক্ষতিপূৰণ ঘূৰাই পাবনে ১৮ বছৰীয়া বর্ষাশ্ৰীয়ে? কিয় উত্থাপন হৈছে এই প্ৰশ্ন? আপোনাক জনাব বিচাৰিছো নিয়াৰ এক আদালতৰ এটা শেহতীয়া ৰায়ৰ প্ৰসংগ৷…










