মাহ জুন 2022

দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত

দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত৷ উত্তৰ প্ৰদেশ,দিল্লী,মহাৰাষ্ট্ৰ,কর্নাটক,ঝাৰখণ্ড,পশ্চিম বংগত ক্ষোভৰ দাবানল৷ দাউদাউকৈ জ্বলিছে বাহন,ভাঙিছে মন্ত্ৰীৰ গাড়ী৷ শুক্ৰবাৰৰ নামাজৰ পিছতেই দেশৰ প্ৰান্তে প্ৰান্তে অভাবনীয় পৰিস্থিতি৷ আনফালে নুপুৰ শর্মাৰ জিভা কাটিব পাৰিলে ঘোষনা কৰা হৈছে এক কোটি টকাৰ পুৰস্কাৰ৷ সৱিশেষ লৈ এক…

মমতা বেনাৰ্জী, সাৰদ পাৱাৰ আৰু সীতাৰাম য়েচুৰীলৈ ফোন ছোনিয়া গান্ধীৰ

মমতা বেনাৰ্জী, সাৰদ পাৱাৰ আৰু সীতাৰাম য়েচুৰীলৈ ফোন ছোনিয়া গান্ধীৰ। ৰাষ্ট্ৰপতি পদৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ কুছকাৱাছ বিৰোধীৰ।

নতুন মন্ত্ৰীসভাত কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল?

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৃহৎ সালসলনি, ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল? চন্দ্ৰমোহন পাটোৱাৰীৰ বাবে নতুন দায়িত্ব কিয় হ’ব প্ৰত্যাহ্বানপূৰ্ণ ? চাওক এই প্ৰতিবেদনত-  

এইবাৰ শিক্ষকক কিয় সমালোচনা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শর্মাই?

এইবাৰ শিক্ষকক কিয় সমালোচনা কৰিব নোৱাৰিব হিমন্ত বিশ্ব শর্মাই? অসমৰ সকলো বিদ্যালয়ত নাই খোৱাপানীৰ সুবিধা, নাই কম্পিউটাৰ-ইন্টাৰনেট সেৱা, নাই বিদ্যুৎ৷ কেনেকৈ ভালফল দেখুৱাব চৰকাৰী বিদ্যালয়ে?  

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যু! দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল পাৰভেজ মুছাৰফ। পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ…

চৰকাৰৰ বিৰুদ্ধে দেশক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ কিয় ৰাহুল গান্ধীৰ ?

পুৱাই ভাৰত চৰকাৰক সকীয়ণি দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট ৷ ভাৰত-চীন সীমান্তত চীনে নিৰ্মান কাৰ্য চলাই থকা সন্দৰ্ভত টুইট কৰি ৰাহুল গান্ধীয়ে কয় যে চীনে ভৱিষ্যতে শত্ৰুতাপূৰ্ণ কাৰ্যৰ বাবে ভেটি নিৰ্মান কৰি আছে ৷ ভাৰত চৰকাৰে বিষয়টোক আওকান কৰি…

মন্ত্ৰীসভাৰ সালসলনি : ৰঞ্জিত দাসৰ বাবে অশনি সংকেত, বিমল বৰাৰ ক্ষমতা কৰ্তন, চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখত প্ৰত্যাহ্বান

বৃহৎ সালসলনিৰে সম্পন্ন হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ ভাগ্য উদয় হ’ল মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ ৷ প্ৰচলিত ব্যাকৰণ ভাঙি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেৱল নলবাৰী জিলাৰ পৰাই দুজনকৈ বিধায়কক মন্ত্ৰীসভাত…

মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয়?

কঁপিছে গুৱাহাটী।প্ৰতিকূল বতৰ আৰু আৰক্ষীৰ বাধা নেওচি মুখ্যমন্ত্ৰী পৰিয়ালৰ পি পি ই কিট কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী কঁপালে বিৰোধী দল-সংগঠনে।