সুখবৰঃ শান্তি স্বৰূপ ভাটনাগৰ বঁটা-২০২১ লাভ কৰিছে অসম সন্তান ড° বিনয় কুমাৰ শইকীয়াই
আজি ঘোষণা কৰা হল শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ ২০২১ চনৰ বিজয়ীসকলৰ নাম। এইবাৰৰ বিজয়ীসকলৰ মাজত আছে অসম সন্তান ড৹ বিনয় কুমাৰ শইকীয়া। উল্লেখ্য যে শান্তি স্বৰূপ ভাটনাগৰ বঁটা হৈছে ভাৰতীয় বিজ্ঞান জগতৰ এটি সৰ্বোচ্চ সন্মান। সাহিত্য জগতৰ জ্ঞানপীঠ বঁটাৰ…