Investigative reporting with dedication.
আজান-হনুমান চালিচা নহয়,বাজিছে মেহেংগাই ডায়ন।

আজান-হনুমান চালিচা নহয়,বাজিছে মেহেংগাই ডায়ন।
Investigative reporting with dedication.

আজান-হনুমান চালিচা নহয়,বাজিছে মেহেংগাই ডায়ন।

আজি উত্তৰ প্ৰদেশৰ বিজন’ৰত এক ভাৰ্চুৱেল ৰেলীক সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় উত্তৰ প্ৰদেশৰ উন্নতি স্তব্ধ হৈ গৈছে ভুৱা সমাজবাদীসকলৰ বংশানুক্ৰমিক ৰাজনীতিৰ বাবে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত থকা ৰাজ্য চৰকাৰখনে বিজন’ৰ, মুৰাদাবাদ, আমৰোহা আদিৰ…

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্ণা যাদৱে যোগদান কৰে বিজেপিত…

উত্তৰ প্ৰদেশত এতিয়া নিৰ্বাচনী ধুমুহা বাৰুকৈয়ে বলিছে। বিজেপিয়ে টিকট কাক দিব তাকে চিন্তা-চৰ্চা কৰি থকা সময়তে ৩ মন্ত্ৰী আৰু ১০ জন বিধায়কে বিজেপি দল ত্যাগ কৰিলে। দল ত্যাগ কৰা ১১ জন মন্ত্ৰী-বিধায়কেই যোগদান কৰিলে সমাজবাদী পাৰ্টীত। লক্ষ্ণৌত অখিলেশ যাদৱৰ উপস্থিতিত…