ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি
মৰিগাঁৱৰ বাবে এক সুখবৰ
ভাৰতীয় ডাক টিকতত সংযোজিত হ'ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি।
আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি ভাৰতীয় ডাক টিকটত স্থান লাভ কৰে।
১৯৩৮ চনতে স্থাপন হোৱা বঘৰা…