Investigative reporting with dedication.
মুছলমান হৈ জন্ম লাভ কৰাটো অপৰাধ নেকি?

উৰ্দু সাহিত্যিক মুনাব্ৱৰ ৰাণাৰ এটা বিশেষ মন্তব্যই এতিয়া সমগ্ৰ দেশতে সৃষ্টি কৰিছে বিতৰ্ক আৰু উত্তেজনাৰ। সাহিত্যিক গৰাকীয়ে উত্তৰ প্ৰদেশত মুছলমান হৈ জন্ম লাভ কৰাটো বা মুছলমান হোৱাটো পাপ বুলি মন্তব্য কৰাৰ লগে লগে উত্তেজিত হৈ পৰিছে দেশৰ সচেতন মহল। কিন্তু…

