সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

land scam

বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰি

ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ৷