সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#disturbed_india

ধৰ্মৰ নামত উপাসনাৰ সলনি উন্মাদনা কিয় ?

কোনে ধূলিস্যাৎ কৰিছে ভাৰতৰ বিশ্বগুৰু হোৱাৰ স্বপ্ন ? কোনে বিচাৰিছে জনতা ধৰ্মৰ নামত উন্মাদ হৈ পৰাটো? কিয় ঘৃণা বিয়পোৱাসকলৰ বিৰুদ্ধে লোৱা নহয় ব্যৱস্থা? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি…

কিয় তৰোৱাল লোৱা লোকক বাধা নিদিয়ে আৰক্ষীয়ে ?

কোনে অনুমতি দিছে তৰোৱাল লৈ সমদল উলিয়াবলৈ ? আৰক্ষীৰ চকুৰ সন্মুখত তৰোৱাল লৈ সমদল উলিওৱা এইসকল কোন ? কিয় তৰোৱাল লোৱা লোকক বাধা নিদিয়ে আৰক্ষীয়ে ? https://youtu.be/XVWMAk2jcds