এমট্ৰ’নৰ একাউণ্টৰ পৰা হেৰাইছে ২.৫০ কোটি টকা। The CrossCurrent Nov 12, 2021 বৃত্তিয় খেলিমেলিৰ অপৰাধত আটক কৰা হৈছে এমট্ৰ’নৰ গাণনিক ৰাহুল হুজুৰিক।বৃহস্পতিবাৰে চি আই ডিয়ে আটক কৰিলে এমণ্ট্ৰণৰ গাণনিকক৷আটকাধীন হুজুৰিক অজি ন্যায়ালয়ত হাজিৰ কৰাৰ সম্ভাৱনা৷