মাহ মাৰ্চ 2022

ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ নিউক্লিয়াৰ প্লান্ট

নৱম দিনাও অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ৷ তাৰ মাজতে ৰুছ সেনাই জপৰোজিয়া নিউক্লিয়াৰ প্লান্ট নিজৰ দখললৈ নিছে ৷ ইউক্ৰেইনৰ এই নিউক্লিয়াৰ প্লান্টৰ প্ৰশাসনিক আৰু নিয়ন্ত্ৰণ বিভাগ ৰুছ সেনাই দখল কৰি লয় ৷ তাৰ পূৰ্বে হোৱা গুলীয়াগুলীত ৩৩ জন…

ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া। ১৩০ খন বাছ সাজু ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে। খানকিভ আৰু ছুমীত আৱদ্ধ শিক্ষাৰ্থীক উদ্ধাৰ কৰিব ৰাছিয়াই। ৰাছিয়াৰ বেলগোৰোড অঞ্চললৈ স্থানান্তৰ কৰিব আৱদ্ধসকলক। এই কথা ৰাছিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিয়ন্ত্রণৰ মুৰব্বী কৰ্ণেল জেৰেল মিখাইল…

ৰুছ সেনাক প্ৰতিহত কৰিবলৈ ৰাজপথত জনতা

ৰাছিয়ান সেনাই ইউক্ৰেইনৰ কেবাটাও অঞ্চল ইতিমধ্যে নিজৰ দখললৈ নিছে ৷ ৰাজধানী কিয়েভৰ পৰা আহিছে ধাৰাবাহিক বিস্ফোৰণৰ খবৰ ৷ তাৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে ৰুছ সেনাক প্ৰতিহত কৰিবলৈ দেশখনৰ বৃহৎ সংখ্যক জনতা ৰাজপথত নামি পৰিছে ৷ ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো…