সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৯২ৰ পৰা ৯৪ হ’ল ক’ৰোণা আক্ৰান্তৰ সংখ্যা, এইবাৰ গুৱাহাটীত

পুনৰ বাঢ়িল ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷বেয়া খবৰৰ উপৰি পুনৰ বেয়া খবৰ ৷পুনৰ ২জন ক’ৰোণা ৰোগী  চিনাক্ত হ’ল অসমত৷


৷দুয়োগৰাকী নতুন ক’ৰোণা ৰোগী গুৱাহাটীৰ ৷ জনালে শেহতীয়া টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্বই ৷ শেহতীয়া আপডেট অনুসৰি ক’ৰোণা ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৯৪ লৈ ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.