সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত ক’ৰোনা : ২৪ ঘন্টাত কি ঘটিল?

ভাৰতত ক’ৰোনাৰ সংক্ৰমনৰ হাৰ প্ৰতিদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
• বিগত ২৪ ঘন্টাত দেশখনত নতুনকৈ ৩,২৭৭ গৰাকী লোকৰ দেহলৈ ক’ভিড ১৯ ভাইৰাছ সংক্ৰমিত হৈছে৷
• বৰ্তমান ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৬২,৯৩৯ গৰাকী৷
• এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ২১০৯৷
• যোৱা ২৪ ঘন্টাৰ ভিতৰতে মৃত্যুমুখত পৰিছে ৪১,৪৭২ গৰাকী লোক৷
• এতিয়ালৈকে ১৯,৩৫৭ গৰাকী ৰোগী সুস্থ হৈ উঠিছে আৰু তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে৷
• ৪১,৪৭২ গৰাকী ক’ৰোনা ৰোগী বৰ্তমানেও চিকিৎসাধীন হৈ আছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.