Investigative reporting with dedication.
বাইচাঞ্চৰ লাইচেঞ্চ নাই, PSO লাগিবইঃ বিধায়ক ৰমাকান্ত দেউৰী

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সন্দৰ্ভত আচৰিত মন্তব্য। দেউৰীৰ মতে, PSO নাথাকিলে জনপ্ৰতিনিধিৰ নাথাকিব মৰ্যদা। সাধাৰণ ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত নাথাকিব একো চিন। PSO নথাকিলে ষ্টেটাছ নাইকীয়া হ’ব বুলি মন্তব্য। বিধায়কজনৰ মতে, বাইচাঞ্চৰ লাইচেঞ্চ নাই, PSO লাগিবই। তেওঁ সাংবাদিকৰ আগত…

