Investigative reporting with dedication.
শিৱসাগৰৰ কালুগাঁৱত গোনা ম’হৰ যুঁজ

মাঘ বিহু মানেই উদুলি-মুদুলি ৰংঘৰৰ বাকৰি। অতীজৰে পৰা ৰংঘৰৰ বাকৰিত মাঘ বিহুৰ সময়ত ম’হ যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ, মল্ল যুঁজ, বুলবুলি চৰাই যুঁজ আদি অনুষ্ঠিত হৈছিল। সেই খেল-ধেমালিবোৰেই সময়ৰ লগে-লগে পৰম্পৰালৈ পৰিণত হৈছিল। মাঘৰ বিহুৰ সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তত…

