Investigative reporting with dedication.
কবি আনিছ উজ্ জামানলৈ ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ

প্ৰেছ বিজ্ঞপ্তি গুৱাহাটী, ১৩ ডিচেম্বৰ, ২০২১ খ্রীষ্টাব্দ : ‘ধ্ৰুৱজ্যোতি বৰা মিত্র মণ্ডলী’ৰ উদ্যোগত আৰু অসমৰ বৌদ্ধিক দিশত কৰিত একমাত্র দাতব্য ৰাজহুৱা ন্যাস ‘নর্থ ইষ্ট ফাউণ্ডেচন’ৰ সহযোগত এই বছৰৰ পৰা ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ’ নামেৰে এক সাহিত্য পুৰস্কাৰ প্ৰৱৰ্তন কৰা হৈছে।…

