Investigative reporting with dedication.
৬৫০ বছৰ আগতে মোগলৰ বিৰুদ্ধে যুঁজিছিল নেকি বিজেপিয়ে ?

Investigative reporting with dedication.




১৮ জানুৱাৰী তাৰিখে অৰুণাচল প্ৰদেশৰ পৰা সন্ধানহীন হোৱা মিৰাম তাৰোণক ভাৰতলৈ ঘূৰাই পঠালে চীনে। এইকথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইট যোগে জনায়। উল্লেখ্য, কিশোৰটিক চীনা সেনাই অপহৰণ কৰা বুলি অভিযোগ উঠিছিল।

বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় কেবিনেট বৈঠক। কেবিনেট বৈঠকখনত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠক শেষ হোৱা পিছতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুটীয়াভাৱে…

সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত সংক্ৰমিত হৈছে। ইয়াৰে ৬…

ৰেলৱে পৰীক্ষাত অনিয়মৰ অভিযোগত হিংসাত্মক প্ৰতিবাদ বিহাৰৰ গয়াত৷বিহাৰত ৰেইল বিভাগৰ পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ তুলি হাজাৰ-হাজাৰ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে গয়া জংচনত উপস্থিত হৈ তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।ক্ষুব্ধ শিক্ষাৰ্থীয়ে জ্বলাই দিলে যাত্ৰীবাহী ৰে’ল, ভাঙি লণ্ড ভণ্ড কৰিলে ৰে’ল ষ্টেচনোৰে’ল বিভাগৰ (RRB-NTPC)…


