সত্যপাল মালিক মেঘালয়ৰ নতুন ৰাজ্যপাল নিযুক্তি

জম্মু-কাশ্মীৰ আৰু গোৱাৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে। ইয়াৰ লগে লগে মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল টঠাগতা ৰয়ৰ কাৰ্যকালৰ অন্ত পৰে।

ৰাষ্ট্ৰপতি ভৱনৰ এই নিৰ্দেশক আদৰণি জনায় টঠাগতা ৰয়ে টুইটাৰ যোগে সত্যপাল মালিকক আদৰণি জনায়।

উল্লেখযোগ্য যে মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি হোৱাৰ পূৰ্বে সত্যপাল মালিক জম্মু-কাশ্মীৰ আৰু গোৱাৰ ৰাজ্যপাল আছিল।জম্মু-কাশ্মীৰৰ অনুচ্ছেদ ৩৭০ ৰ বিলুপ্তিৰ সময়ত তেখেতেই ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে