Investigative reporting with dedication.
ভাৰত-ৰাছিয়াই নিৰ্মান কৰিব AK-৪৭ ২০৩ ৰাইফল
ভাৰত-ৰাছিয়াই নিৰ্মান কৰিব AK-৪৭ ২০৩ ৰাইফল । ৩ দিনীয়া ভ্ৰমণ সূচীৰে ৰাছিয়াত উপস্থিত হৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ চুক্তি স্বাক্ষৰ কৰে। ভাৰতক সৰ্বমুঠ ৭,৭০,০০০ অত্যাধুনিক ৰাইফল প্ৰয়োজন। তাৰে এক লাখ ৰাইফল নিৰ্মান হ’ব ৰাছিয়াত। আৰু ৬,৭০,০০০ নিৰ্মান হ’ব ভাৰতত। দুয়োখন দেশেই চুক্তি স্বাক্ষৰ কৰাৰ পিছত অতি সোনকালেই এই ৰাইফল নিৰ্মান কৰা হ’ব বুলি জানিব পৰা গৈছে।

