Investigative reporting with dedication.
কোৰোণাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
কোৰোণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কোৰোণাৰ কিছু আগতীয়া লক্ষণে দেখা দিয়াৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰোৱাইছিল স্বাস্থ্য পৰীক্ষা। দেওবাৰে ৰিপৰ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰে। যদিয়ো তেওঁৰ স্বাস্থ্যৰ কোনো অৱনতি হোৱা নাই ৷ আজি অমিত শ্বাহে নিজে টুইটযোগে ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ সদৰী কৰিছে। যোৱা দিন সমূহত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে টেষ্ট কৰাবলৈ অনুৰোধ কৰাৰ লগতে নিজকে আইচ’লেট কৰিবলৈও অমিত শ্বাহে অনুৰোধ জনাইছে।
कोरोना के शुरूआती लक्षण दिखने पर मैंने टेस्ट करवाया और रिपोर्ट पॉजिटिव आई है। मेरी तबीयत ठीक है परन्तु डॉक्टर्स की सलाह पर अस्पताल में भर्ती हो रहा हूँ। मेरा अनुरोध है कि आप में से जो भी लोग गत कुछ दिनों में मेरे संपर्क में आयें हैं, कृपया स्वयं को आइसोलेट कर अपनी जाँच करवाएं।
— Amit Shah (@AmitShah) August 2, 2020

