Investigative reporting with dedication.
ৰকেট বিজ্ঞানী এছ সোমনাথক ‘ইছৰো’ৰ অধ্যক্ষ হিচাপে নিযুক্তি

বিশিষ্ট ৰকেট বিজ্ঞানী এছ সোমনাথক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ হিচাপে নিযুক্তি। লগতে মহাকাশ সচিব হিচাপেও নিযুক্তি দিয়া হৈছে এছ সোমনাথক। কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত এছ সোমনাথক নিযুক্তি। বৰ্তমান বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ(ভিএছএছচি) সঞ্চালক হিচাপে কৰ্মৰত সোমনাথ। শুক্ৰবাৰে ইছৰো…

