Investigative reporting with dedication.
কোন সোমাব হিমন্ত বিশ্ব শর্মাৰ নতুন মন্ত্ৰী সভাত?

খালী আছে ৫ খন চকী৷ কোন সোমাব হিমন্ত বিশ্ব শর্মাৰ নতুন মন্ত্ৰী সভাত? কিয় চর্চালৈ বিদ্যা সিং ইংলেং,ৰুপেশ গোৱালা,ৰুপজ্যোতি কুর্মী,সুশান্ত বৰগোহাই অথবা জয়ন্ত মল্ল বৰুৱা? হিমন্ত বিশ্ব শর্মাৰ মন্ত্ৰীসভাত স্থান পাব নেকি হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ বিধায়কেও? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন…

