ক’ৰোণাৰ পাছত প্ৰদূষণ : অনিৰ্দিষ্ট কাললৈ বন্ধ শিক্ষানুষ্ঠান

ঘৰৰ পৰা ওলালেই চকু জ্বলে ৷ চকুপানী ওলায় ৷ কাঁহ , হাচি . শ্বাসকষ্ট ৷ বতাহ প্ৰদূষিত ৷ প্ৰদূষণৰ মাত্ৰা ইমানেই বাঢ়িছে যে অনিৰ্দিষ্ট কাললৈ দিল্লী আৰু তাৰ চৌপাশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে ৷ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰীক ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ দিয়া হৈছে ৷ ২১ নৱেম্বৰ পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব ৷ এইদৰেই ক’ৰোণাৰ পাছত প্ৰদূষনে স্তব্ধ কৰি পেলাইছে দিল্লীৰ জনজীৱন ৷

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে