আস্থা ভোটত বিজয়ী হৈ সিন্দে হ’ল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

একনাথ সিন্দে হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী।আস্থা ভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰে একনাথ সিন্দে৷ সিন্দে পক্ষই লাভ কৰে সর্বমুঠ ১৬৪ টা ভোট ৷বিপৰীতে বিৰোধিয়ে লাভ কৰে ৯৯ টা ভোট।  সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জেপি নাড্ডাকো ধন্যবাদ জ্ঞাপন কৰে৷

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে