মাহ ছেপ্টেম্বৰ 2023

‘বিগব্ৰাডাৰ’ৰ ৰূপত নৰেন্দ্ৰ মোদী

এখন কাল্পনিক উপন্যাস । এটা কাল্পনিক কাহিনী । ১৯৪৯ চনতেই লিখা এই কাল্পনিক কাহিনী যেন মিলি গৈছে দেশৰ আজিৰ পৰিস্থিতিৰ সৈতে । জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস নাইনটীন এইটটী ফ’ৰৰ(১৯৮৪) কথা ক’বলৈ লৈছো । সেই কাহিনী লিখা হৈছিল ১৯৪৯ চনত ।…

নিজৰ নাক কাটি হ’লেও ক্ষমতা লাগে বিজেপিক !

দেশত লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা।নিৰ্বাচনৰ বাবে শাসক বিৰোধী দুয়োটা পক্ষই চলাইছে প্ৰস্তুতি।বিৰোধী ঐক্য মৰ্চা ইণ্ডিয়াৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হৈ আছে মুম্বাইত।বিৰোধীৰ ঐক্যবদ্ধ যুঁজত তচনচ হোৱাৰ দিশে বিজেপি।সেয়ে ২০১৭ চনৰ এক সপোনক পুনৰ সাকাৰ ৰূপ দিবলৈ হাতেকামে…

কিহত সাদৃশ্য আছে মোডী-হিমন্তৰ ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৱকায়দাত আছে যথেষ্ট সাদৃশ্য।শেহতীয়া প্ৰায়বোৰ কাম কাজতে সেই সাদৃশ্য প্ৰকাশ পাইছে।89অৱশ্যে সাদৃশ্য বুলি ক’লে ভুল হ’ব।এয়া আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৰা অনুকৰণৰ ফলহে !গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পৰাই বৰ্তমানৰ…