৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই

যোৱা ২৪ ঘণ্টাত বিশ্বত ৰেকৰ্ড সংখ্যক ১ লাখ ৬ হাজাৰ গৰাকী ক’ৰোনাত আক্ৰান্ত হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি ইয়াৰ দুই তৃতীয়াংশ কেৱল চাৰিখন দেশ ভাৰত, আমেৰিকা, ৰাছিয়া আৰু ব্ৰাজিলত আক্ৰান্ত হৈছে। অন্য়হাতে সমগ্ৰ বিশ্বত ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিছে।
১৯০ খল দেশত এতিয়াৈলকে ৩ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু হৈছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

CORONAindiathe crosscurrentworld
Comments (0)
Add Comment