প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাছতেই অমিত শ্বাহে ল’লে বৃহৎ পদক্ষেপ ৷ কালি ৰাতি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল “আত্মনিৰ্ভৰশীল অৰ্থনীতি গঢ় দিয়াৰ লক্ষৰ কথা ৷ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ২৪ ঘন্টা নৌহওঁতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ল’লে বৃহৎ পদক্ষেপ ৷
সংবাদ সংস্থাৰ বাতৰি অনুসৰি অৰ্ধ সামৰিক বাহিনীৰ কেণ্টিনৰ পৰা বছৰি দুই হাজাৰ নশ কৌটি টকাৰ সামগ্ৰী বিক্ৰী হয় ৷