জন কল্যাণৰ বাবে নৰেন্দ্ৰ মোডীৰ ১০৩ কোটি টকা বৰঙণি

জন কল্যাণৰ বাবে মোদীৰ বৃহৎ বৰঙণি। ১০৩ কোটি টকা বৰঙণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কণ্যা শিক্ষা আৰু গঙ্গা নদী পৰিষ্কৰণকে ধৰি বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বৰঙণি দিলে প্ৰধানমন্ত্ৰীয়ে। লগতে মোদীয়ে উপহাৰ হিচাপে পোৱা সামগ্ৰীৰ নিলাম কৰি পোৱা ধনো জনকল্যাণৰ বাবে দান দিলে মোদীয়ে।

central governmentnarendra modipublic welfarethe crosscurrent
Comments (0)
Add Comment