ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি বিশেষ ঘোষণা

⚫ ধেমাজিত ৰাজ্য চৰকাৰ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল।

⚫ ধেমাজি জিলালৈ ৰাজ্য চৰকাৰৰ ৪৩৩ কোটি টকাৰ অনুমোদন আৰু বান নিয়ন্ত্ৰনৰ বাবে ১৫০ কোটি টকা ধাৰ্য।

⚫ ৰাজ্য চৰকাৰৰ প্ৰত্যেকখন কেবিনেট বৈঠক তিনিদিনীয়া প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ’ব।

⚫ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অ’বিচিৰ প্ৰমাণপত্ৰ দিব জনগোষ্ঠীয় বর্ডে।

⚫ ধেমাজিত ২টা ট্ৰাইবেল বেল্টত ৪ টা জনগোষ্ঠীয়ে ক্ৰয় কৰিব পাৰিব ভূমি।

⚫ টাই আহোম, মটক, কোচ ৰাজবংশী আৰু গোৰ্খাসকলৰ বাবে এই সুবিধা।

⚫ ধেমাজিৰ পৰা মাজুলীলৈ নিৰ্মাণ হব বিশেষ পথ আৰু মুঠ ১৮৩ কোটি টকা ধাৰ্য কৰা হৈছে এই পথৰ বাবে।

⚫ ৰাজ্যৰ মুঠ ৪ টা সমষ্টি সামৰি ল’ব এই পথে।

⚫ কাগজ কলৰ বাবে অসম চৰকাৰে ব্যয় কৰিব ৭০০ কোটি টকা।

#assam_govt#cmo_assamthecrosscurrent
Comments (0)
Add Comment