⚫ ৩১ মাৰ্চত বন্ধ হ’ব শিলচৰ আৰু কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ।
⚫কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে দুয়োটা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে জাননী।
⚫১৯৮৯ চনতে স্থাপন হৈছিল কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰটো।
⚫দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ পাছত বৰাকবাসীয়ে লাভ কৰিছিল শিলচৰ দূৰদৰ্শন কেন্দ্ৰ।
⚫ চৰকাৰৰ এই সিদ্ধান্তত এতিয়া মৰ্মাহত হৈ পৰিছে বি টি আৰ বাসী।
⚫ কৰ্মচাৰী সকলে সমগ্ৰ বিষয়তো চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।