ৰাছিয়াৰ আক্ৰমণ : ইউক্ৰেইনৰ পাঁচটা আহ্বান

ৰাছিয়াৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কেবাটাও প্ৰান্ত ধ্বংসস্তুপত পৰিণত হৈছে ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই বিশ্ব সমুদায়লৈ পাঁচটা বিশেষ আহ্বান জনাইছে ৷ তেওঁ কয় যে ইউক্ৰেইনে নিজৰ সুৰক্ষা নিশ্চিত কৰিব আৰু যুদ্ধত বিজয় সাব্যস্ত কৰিব ৷ কিন্তু এই যুদ্ধই ইউৰোপ আৰু সমগ্ৰ বিশ্বৰ ভৱিষ্যত সংকটাপন্ন কৰি তুলিব ৷ সেইবাবেই বিশ্বৰ সকলো দেশৰ ওচৰত আমাৰ এই বিশেষ পাঁচটা আহ্বান –
১. ৰাছিয়াৰ ওপৰত কঠোৰ আৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰক৷
২. সকলো প্ৰকাৰেৰে ৰাছিয়াক বহিষ্কাৰ কৰক ৷
৩. ইউক্ৰেইনৰ বাবে অস্ত্ৰ – শস্ত্ৰ মজুত কৰক ৷
৪.ইউক্ৰেইনক আৰ্থিকভাৱে সহযোগ কৰক ৷
৫. মানবীয় দৃষ্টিৰেও ইউক্ৰেইনৰ কাষত থিয় হওক ৷

#RussiaUkraine#thecrosscurret#ukrainerussiaworld
Comments (0)
Add Comment