ইউক্ৰেইন যুদ্ধ : কোন দেশ কাৰ লগত ?

ৰাছিয়াই ইউক্ৰেইনত ক্ৰমাগত দ্বিতীয়টো দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ যুদ্ধৰ বিভীষিকা সমগ্ৰ বিশ্বতে অনুভূত হৈছে ৷ এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশ দেশে ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইউক্ৰেইনৰ কাষত থিয় দিছে ৷ ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰা দেশকেইখন হৈছে – চীন , পাকিস্তান , কিউবা , আৰ্মেনিয়া , কাজাখিস্তান , কিৰ্গিস্তান , তাজিকিস্তান, বেলাৰুছ, অজৰবেজান, ইৰান আৰু উত্তৰ কোৰিয়া ৷ আনহাতে , ইউক্ৰেইনক সমৰ্থন কৰা দেশকেইখন হৈছে – আমেৰিকা , ব্ৰিটেইন , বেলজিয়াম , ডেনমাৰ্ক , লকজমবাৰ্গ , নেদাৰলেণ্ড , ইটালী , জাপান , দক্ষিণ কোৰিয়া আৰু অষ্ট্ৰেলিয়া ৷

#broaderwar#RussiaUkraine#thecrosscurret#ukrainerussia
Comments (0)
Add Comment