ৰাজ্যসভাত ৫ ৰ পৰা ১০১ লৈ কেনেকৈ বৃদ্ধি হ’ল বিজেপি সাংসদৰ সংখ্যা ?

অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে ৷ এই বিজয় ৰাজনৈতিক কাৰণত বিজেপিৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ , শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে ৰাজ্যসভাত বিজেপি সাংসদৰ সংখ্যা ১০১ লৈ বৃদ্ধি পালে ৷ ৰাজ্যসভাত ১০০ ৰ অধিক সাংসদৰ পৰিক্ৰমা বিজেপিয়ে কেনেদৰে অতিক্ৰম কৰিলে , সেয়া চাও আহক অজিৰ দস্তাবেজত-

 

#bjp_government#mpseat#rajyasabhaseatrajyasabhathecrosscurrent
Comments (0)
Add Comment