কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব?

কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব? আপোনাৰ পত্নীক অধিক দৰদত পিপিই কিটৰ ঠিকা দিয়াটো কোভিডৰ নামত কেলেংকাৰি বুলি কিয় নকম? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰশ্ন ৰাইজৰ দলৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ প্ৰতিবেদনৰ ভিত্তিত ৰাইজৰ দলৰ সংবাদমেল৷

 

#himanta_biswa_sarma#PPEKit#pressmeet#raijor_dol#riniki_bhuyan_sarmathecrosscurrent
Comments (0)
Add Comment