২০০ কোটি টকা আত্মসাৎ প্ৰসংগত নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন

২০০ কোটি টকা আত্মসাৎ প্ৰসংগত নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন

বলিউডৰ মোহময়ী অভিনেত্ৰী নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন। ২০০ কোটি টকা আত্মসাৎ প্ৰসংগত প্ৰদান কৰা হৈছে এই বিশেষ চমন। উল্লেখ যে সুকেশ চন্দ্ৰ আৰু লিনা পলৰ ধন আত্মসাৎৰ গোচৰত অভিনেত্ৰী দুগৰাকীৰ নাম সাঙুৰ খাই পৰিছে। ইতিমধ্যে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সোধ-পোচ আৰম্ভ কৰিছে অভিনেত্ৰী নোৰা ফাতেহিক। জেকলিন ফাৰ্ণাণ্ডেজলৈও প্ৰেৰণ কৰা হৈছে চমন।

bollywoodthecrosscurrentexplain
Comments (0)
Add Comment