MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান।

MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান। ‘Spice king’ খ্যাত মহাশয় ধৰমপাল গুলাটীয়ে আজি পুৱা চানান দেৱী হাস্পাতালত ৯৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ১৯২৩ চনত পাকিস্তানৰ শিয়ালকাটাত জন্ম গ্ৰহণ কৰিছিল গুলাটীয়ে। পিতৃৰ মছলা ব্যৱসায়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা গুলাটীৰ MDH মছলাৰ প্ৰতিষ্ঠানে সমগ্ৰ ভাৰতত অত্যন্ত জনপ্ৰিয়তা অৰ্জন কৰিছে। ২০১৯ চনত ভাৰত চৰকাৰে মহাশয় ধৰমপাল গুলাটীক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। আৰু দেশৰ আগশাৰীৰ মছলা ব্ৰেণ্ড হিচাপে পৰিচিত হৈ পৰে MDH মচালা।

dharampalgulatisliderthecrosscurrent
Comments (0)
Add Comment