নতুন SOP, আজিৰ পৰা কি কি নিয়ম মানি চলিব লাগিব আপুনি?

ৰাজ্যত আজিৰ পৰা  নতুন SOP জাৰি।গোলাঘাট আৰু লখিমপুৰ জিলাত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন।যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ  জিলাত শিথিল কৰা হৈছে লকডাউন।এই তিনি জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।কামৰূপ মহানগৰকে ধৰি ২৫ খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন।পূৰ্বৰ দৰেই  বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা।

covidsopthecrosscurrent
Comments (0)
Add Comment