মন্ত্ৰী ধৰম সিং চৈনীৰ বিজেপি দল ত্যাগ

চৰ্চাত আছে উত্তৰ প্ৰদেশৰ ৰাজনীতি। আগন্তক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে যোগী আদিত্যনাথৰ চৰকাৰৰ  দলৰ পৰা দল ত্যাগ কৰিছে কেইবাজনো মন্ত্ৰী-বিধায়কে। বৰ্তমানৰলৈকে সৰ্বমুঠ দহজন মন্ত্ৰী, বিধায়কে বিজেপি দলৰ পৰা পদত্যাগ কৰে।  কিছু মুহূৰ্তৰ আগত মন্ত্ৰী ধৰম সিং চৈনীয়ে ত্যাগ কৰিলে বিজেপি দল।

#bjp_regin#election2022#thecrosscurret#uttar_pradesh
Comments (0)
Add Comment