অসমত আকৌ বাঢ়িল ক’ৰোনা ৰোগীৰ সংখ্যা ৷ইয়াৰে এগৰাকী MMCHত কোৱাৰেইণ্টিণ হৈ আছিল ৷এগৰাকী SMCHত চিকিৎসাধীন হৈ আছিল৷আন ৬ গৰাকী শিলশৰত কোৱাৰেইণ্টিণ হৈ আছিল ৷এই ৮গৰাকীকে ধৰি শেহতীয়া তথ্যমতে অসমৰ মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৩০ ৷