মুম্বাইৰ পৰা অহা অহা ৪ গৰাকী ৰোগী আৰু ৩ গৰাকী ৰোগীৰ আত্মীয় ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰিছে এই কথা৷ আক্ৰান্ত লোককেইজনৰ মাজত এজন ১৩ বছৰীয়া কিশোৰো আছে৷ আন তিনি গৰাকী কৰ্কট ৰোগী মনোৰঞ্জন সাহা,প্ৰদীপ বণিয়া,গোপীন্দ্ৰ মালাকাৰ আৰু ৰোগীৰ আত্মীয় বাসুদেৱ পাটোৱাৰী, নীলকান্ত দেৱ ,মিনাৰাণী বণিয়াৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ ৰ উপস্থিতি৷ৰাজ্যত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৮৬৷
7 patients & attendants who came from Mumbai & now in quarantine tested positive.
Cancer: 1.Manoranjan Saha 2.Pradip Kumar Bania 3. Gopindra Chandra Malakar;
Heart: 4. 13-year-old (name withheld)Attendants:5. P Basudev Patowari 6. Nilakantha Deb 7. Mina Rani Bania
— Himanta Biswa Sarma (@himantabiswa) May 14, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.