কোন দলৰ কি অগ্ৰগতি?

পুৱাৰে পৰা অব্যাহত আছে ভোট গণনা।বৰ্তমানলৈকে বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ৩০ খন আসনত।ইয়াৰে ২১ খন আসনত অগ্ৰগতি বিজেপিৰ।অগপৰ অগ্ৰগতি ৫ খন আসনত আৰু UPPL ৰ অগ্ৰগতি ২ খন আসনত।
অন্যহাতে কংগ্ৰেছ মহাজোঁটে অগ্ৰগতি লাভ কৰিছে ১৪ খন আসনত।৭ খন আসনত কংগ্ৰেছৰ অগ্ৰগতিৰ বিপৰীতে AIUDF ৰ অগ্ৰগতি অন্য ৭ খন আসনত।
সমান্তৰালভাৱে ৰাইজৰ দলে অগ্ৰগতি লাভ কৰিছে এখন আসনত।

slider
Comments (0)
Add Comment