অসমত পুনৰ ৫৩গৰাকীৰ শৰীৰত কোভিড-১৯ পজিটিভ

অসমত পুনৰ ৫৩ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে ৪৪ গৰাকী সৰুসজাই কোৱাৰেণ্টীন চেণ্টাৰৰ, ৭জন ডিমা হাছাওৰ আৰু ২গৰাকী কাছাৰৰ ৷ টুইটযোগে প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Assam Covid 19 casescrosscurrenthimanta biswa sarmathe crosscurrent
Comments (0)
Add Comment