হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত শংকৰদেৱ বিষয়ক প্রৱন্ধ অন্তৰ্ভুক্ত হোৱাৰ বাতৰি ভুৱা
কেইদিনমানৰ আগতে অসমৰ বাতৰিকাকত আৰু নিউজ চেনেলসমূহত প্ৰকাশ পাইছিল এটা ভাল খবৰ। এই ভাল খবৰটো আছিল যে অসমৰ এজন শিক্ষাবিদে শংকৰদেৱৰ বিষয়ে লিখা ৰচনা এখন অন্তৰ্ভুক্ত হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম বিষয়ক পাঠ্যক্ৰমত।অসমৰ লগতে সৰ্বভাৰতীয় সংবাদমাধ্যমসমূহতো এই বাতৰিটোৱে প্ৰাধান্য পাইছিল। শিক্ষাবিদ ডঃ সঞ্জীৱ কুমাৰ বৰকাকতীয়ে পোন্ধৰ শতিকাৰ বৈষ্ণৱ মহাপুৰুষ শংকৰদেবৰ বিষয়ে লিখা এই ৰচনাই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ … হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত শংকৰদেৱ বিষয়ক প্রৱন্ধ অন্তৰ্ভুক্ত হোৱাৰ বাতৰি ভুৱা পঢ়ি থাকক
সন্নিৱিষ্ট কৰিবলৈ এই URL কপী কৰি আপোনাৰ WordPress ছাইটত পে’ষ্ট কৰক
সন্নিৱিষ্ট কৰিবলৈ এই ক’ডখিনি কপী কৰি আপোনাৰ ছাইটত পে’ষ্ট কৰক