সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

lovelinaborgohain

লাভলীনা : বৰপথাৰ ছোৱালী হাইস্কুলৰ পৰা অলিম্পিকৰ বক্সিঙ ৰিঙলৈ

২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে ৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷