সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

kangana_ranaut

কংগনা ৰাণাৱটৰ বিৰুদ্ধে সৰৱ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰ

কিছুদিন পূৰ্বে বলিউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰে মুম্বাইৰ এখন আদালতত অভিযোগ দাখিল কৰে যে অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰটো স্থানান্তৰ কৰিবলৈ কৰা আবেদন "গুণাগুণবিহীন" আছিল। আৰু লগতে তেওঁ কয় যে…

যোগীৰ উত্তৰ প্ৰদেশত কংগনা ৰাণাৱটক ব্ৰেণ্ড এম্বেচেডৰ নিযুক্তি

বলীউডৰ বহু চৰ্চিত, বহু বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটক উত্তৰ প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশ চৰকাৰৰ "এক জিলা-এক সামগ্ৰী" (অ'ডিঅ'পি) আঁচনিৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি প্ৰদান কৰে…