বিৰোধীৰ আৰু এজন বিধায়ক বিজেপিলৈ
বুধবাৰে আনুষ্ঠানিক ভাৱে BJP যোগ কৰিব ফণী তালুকদাৰে। দিনৰ ১ বজাত অটল বিহাৰী বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু তাতেই আনুষ্ঠানিক ভাৱে যোগ দিব ভৱানীপুৰৰ AIUDF ৰ বিধায়ক গৰাকীয়ে। ইতিমধ্যে ফণী তালুকদাৰক আদৰিবলৈ সাজু হৈছে ৰাজ্যিক…