সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assampolice

ভিক্টৰ দাস কোন?

আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন…

পুনৰ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী বিষয়া

পুনৰ ৰঙাঘৰৰ আলহী হ'ল চৰকাৰী বিষয়া। চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈক ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ। সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চৰকাৰী বিষয়া অমৃত গগৈক। চাকৰিৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা…

বৰ্ষাশ্ৰীৰ বাবে চকুলো নুটুকিবা

বৰ্ষাশ্ৰীয়ে আৱেগিকভাৱে কবিতা লিখাই নহয়, আৱেগিকভাৱে নিষিদ্ধঘোষিত সংগঠনলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে , আৱেগবশত: এই পৰিকল্পনা আনৰ লগত আলোচনাও কৰিব পাৰে ৷ কিন্তু অসম আৰক্ষীয়ে বৰ্ষাশ্ৰীক আৱেগিকভাৱে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা নাই ৷ আৱেগবশত: দুমাহ…

বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী

ৰাভা দিৱস পাতিব, কিন্তু আৰু এজন ৰাভা জন্ম হ'বলৈ নিদিয়ে ৰজা ঘৰে। হীৰেন ভট্টাচাৰ্যৰ কবিতাও আওৰাব, কিন্তু আৰু এজন হীৰেন ভট্টাচাৰ্যৰ জন্ম হ'বলৈ নিদিয়ে ৰজাঘৰে। সেয়ে বিদ্ৰোহী কবিতা লিখি যোৱা দুটা মাহে কাৰাগাৰত বন্দী বৰ্ষাশ্ৰী। কবি হীৰেন…

আল-কায়দা আৰু ISI-এ আক্ৰমণ কৰিব পাৰে অসমঃ কিন্তু কিয়?

পাকিস্তানৰ গুপ্তচৰ সংস্থা ইণ্টাৰ চাৰ্ভিচেছ ইণ্টেলিজেঞ্চে (ISI) অসম আৰু দেশৰ অন্যান্য ঠাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকাৰ গোপন তথ্য লাভ কৰাৰ পিছতে দেওবাৰে অসম আৰক্ষীয়ে ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে। অসম আৰক্ষীৰ মুখ্য…

নিশাৰ মহানগৰীত এনকাউন্টাৰ

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ। আৰক্ষীৰ গুলীত গুলীবৃদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া জামাল আলি। তদন্তৰ বাবে জামালক লৈ গৈছিল ঘটনা স্থলীলৈ আৰু মাজতে পলায়নৰ চেষ্টা কৰোঁতেই ভৰিলৈ লক্ষ্য কৰি গুলিচালনা কৰে বেলতলা আৰক্ষীয়ে। সম্প্ৰতি গুৱাহটী মেডিকেল কলেজ…

ডিম্পল হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তিঃ আৰক্ষীৰ জেৰাত কি ক’লে‌ আশিক গুপ্তাই ?

আৰক্ষীৰ জেৰাত ডিম্পলৰ হত্যাকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি। হত্যাকাণ্ডৰ পূৰ্বে ডিম্পলে সেৱন কৰিছিল চিগাৰেট। চিগাৰেট খোৱাত বাধা দিছিল হত্যাকাৰী অশিকে। যাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অভিযুক্তই । আৰক্ষীৰ…

ক’ত কৰায়ত্ত হ’ল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ?

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে  গঁড়ৰ খৰ্গসহ তিনিজন  চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে ৷ জখলাবন্ধা থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নং গোচৰটোৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ সহযোগত নগাও আৰক্ষীয়ে অভিযান চলাই এই ব্যক্তিকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত…